উপনয়ন। উপনয়ন কৰাৰ সময় । Uponayan । Uponayan korar xomoi ।। লগুণ দিয়াৰ সময় ।। Logun diar xomoi

 উপনয়নৰ দিন।

উপনয়ন পাতিবৰ বাবে ঋষি মুনি সকলে শাস্ত্ৰত কিছু মহৎ উপদেশ আগবঢ়াই থৈছে ।  সকলো কৰ্ম্মৰ একোটা নিৰ্দিষ্ট সময় থাকে, উপনয়নৰ ক্ষেত্ৰতো তেনেকুৱা কিছু দিহা পৰামৰ্শ আগবঢ়াই থৈছে ।  আৰু এই শুভাশুভ দিশবোৰ পালন কৰা উচিত ।


উপনয়ন পাতিবৰ হলে ৰবি, গুৰু, চন্দ্র শুদ্ধি চাই লব  ।

জেঠ মাহত জেষ্ঠ পুত্ৰৰ উপনয়ন নেপাতিব । ১২ বছৰ বা ১৫ বছৰ বয়সত উপনয়ণ পাতিব, তাৰ পাচত ব্রাত্য হব ।

বাৰ ৰবি, বৃহস্পতি, শুক্র এইকেইটা বাৰত উপনয়ন পাতিব, বাকী বাৰত পাটিব নাপায় ।  বৈধৃতি, ব্যতিপাত বৃষ্টি কৰণত, যুত মিত্র, দশযােগ ভঙ্গত উপনয়ন নেপাতিব ।

তিথি- প্রতিপদ, সপ্তমী, চতুর্থ, নবমী, চতুর্দশী, ত্রয়ােদশী এই কেইটা তিথি শুভ  বাকী তিথি সমূহ উপনয়নৰ কাৰণে উত্তম নহয় ।

নক্ষত্র—অশ্বিনী, পুষ্যা, ৰেৱতী, শ্ৰৱণা, ধনিষ্ঠা, স্বাতী, মৃগশিৰা, শতভিষা, জ্যেষ্ঠা, হস্তা, চিত্রা আৰু ৰােহিণী এই কেইটা নক্ষত্র শুভ ।

পূৰ্ব্বফল্গুণী, পূৰ্ব্বভাদ্রপদ এই কেইটা নক্ষত্ৰ মধ্যম ।




Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম