ৰাশি ।। আদ্যাখৰ ।। কি আখৰত কি ৰাশি হয় ।। কি আখৰত কি নক্ষত্ৰ হয় । নক্ষত্ৰৰ চৰন বা পাদ Rashi nirnoi ।। Ki akhorot ki rashi hoi

 জাতকৰ নামানুসৰি ৰাশিসমূহৰ আদ্যাক্ষৰ


 মেষ -- অ, ল,

 বৃষ – উ, ব, ই, এ, ও,

 মিথুন - ক, ছ, ঘ, ঙ,

 কর্কট - ড, হ,

 সিংহ -- ম, ট,

 কন্যা --প, ঠ, য,ণ,

 তুলা - ৰ, ত,

 বৃশ্চিক –ন, য,

 ধনু -- ধ, ভ, ফ, ঢ়,

 মকৰ - খ, জ,

 কুম্ভ - গ, শ, স,

 মীন – দ, চ, থ, ঞ, ঝ, ঝ।




 নক্ষত্ৰৰ চৰন বা পাদ 

কি আখৰত কি নক্ষত্ৰ হয় ।  


  অশ্বিনী -- চু, চে, চো, ল,

  ভৰণী – লি, লু, লে, লাে,

  কৃতিকা -- অ, ই, উ, এ

  ৰােহিণী – ও, ব, বি, বু,

  মৃগশিৰা -- বে, বাে, ক, কি,

  আদ্রা -- কু, ঘ, ঙ, ছ,

 পুনর্বসু -- কে, কো, হ, হি,

  পুষ্যা -- হু, হে, হাে, ড়,

  অশ্লেষা – ডি, ডু, ডে, ডাে,

  মঘা -- ম, মি, মু, মে,

  পূর্বফাল্গুনী – মে, ট, টি, টু,

  উত্তৰ ফাল্গুনী – টে, টো, প, পি,

  হস্তা -পু, পাে, ন, ঠ,

  চিত্রা -- পে, পাে, ৰ, ৰি,

  স্বাতী -- ৰু, ৰে, ৰাে, ত,

  বিশাখা – তি, তু, তে, তাে,

  অনুৰাধা - ন, নি, নু, নে

  জ্যেষ্ঠা - নাে, য, যি, যু,

  মূলা - যে, যযা, ভ, ভি,

  পূর্বৰ্ষাঢ়া - ভু, ধ, ফ, ঢ,

  উত্তৰষাঢ়া -- ভে, ভো, জ, জি,

  অভিজিৎ - জু, জে, জো, খ,

  শ্ৰৱণা – খি, খু, খে, খাে,

  ধনিষ্ঠা – গ, গি, গু, গে,

  শতভিষা - গাে, শ, শি, শু,

  পূর্বভাদ্রপদ – শে, শাে, দ, দি,

  উত্তৰ ভাদ্রপদ – দ, ধ, ঝ, ঞ,

  ৰেৱতী – দে, দো, চ, চি,


(বি. দ্র. ই কাৰৰ ঠাইত ঈ কাৰাে প্রযােজ্য হ'ব।)



Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম