ৰবি শুদ্ধি ।। Rabi xudhi ।। ৰবি শুদ্ধি কেনেকৈ চায় ।। Rabi xudhi kenekoi sai
।। ৰবি শুদ্ধি চোৱাৰ নিয়ম ।।
যি মাহৰ ৰবি চাব খোজে, সেই মাহৰ ৰাশি চক্ৰৰ য'ত ৰবি থাকে, যাৰ ৰবি চায়, তাৰ ৰাশিৰ পৰা ৰবি থকাৰ ৰাশিলৈ লেখ কৰিব । লেখত যদি তৃতীয়, ষষ্ঠ, দশম আৰু একাদশ হয়, তেন্তে ৰবি আহে, আন ঠাইত ৰবি নাহে । লেখত যদি দ্বিতীয়, পঞ্চম আৰু নবম হয়, তেন্তে সেই মাহৰ ১৩ দিনৰ পিছতহে ৰবিৰ শুদ্ধ হয় ।
ৰবি শুদ্ধ নহলে, তাম্ৰ, ৰঙাবস্ত্ৰ, ভোজ্য আৰু দক্ষিণা পুৰোহিত্য ব্ৰাহ্মণক উৎসৰ্গা কৰিব ।
দৰাৰ ৰবি শুদ্ধি নহলে বিবাহ অনুষ্ঠান সেই মাহত পাটিব নেপায় ।

Comments
Post a Comment