বাৰ, তিথি, নক্ষত্ৰ প্ৰকৰণ ।। Baar, Tithi, Nakshatra Prakaran

বাৰৰ নাম 

১ ৰবি,  ২ সোম,   ৩ মঙ্গল,   ৪ বুধ,   ৫ বৃহস্পতি, ৬ শুক্ৰ,   ৭ শনি  ।


তিথিৰ নাম

পক্ষ দুটা যেনে — শুক্লপক্ষ  আৰু  কৃষ্ণপক্ষ ।  প্রতিপদৰ পৰা আঁউসী বা অমাৱস্যালৈ  শুক্লপক্ষ ।  আকৌ প্রতিপদৰ পৰা পূৰ্ণিমালৈ  কৃষ্ণপক্ষ  ।

শুক্লপক্ষ-  ১ প্রতিপদ, ২ দ্বিতীয়া, ৩ তৃতীয়া, ৪ চতুর্থী, ৫ পঞ্চমী, ৬ ষষ্ঠী, ৭ সপ্তমী, ৮ অষ্টমী, ৯ নবমী, ১০ দশমী, ১১ একাদশী, ১২ দ্বাদশী, ১৩ ত্রয়ােদশী, ১৪ চতুর্দশী,  আৰু ১৫ পূর্ণিমা ।

কৃষ্ণপক্ষ -  ১৬প্রতিপদ, ১৭ দ্বিতীয়া, ১৮তৃতীয়া, ১৯ চতুর্থী, ২০ পঞ্চমী, ২১ ষষ্ঠী, ২২ সপ্তমী, ২৩ অষ্টমী,    ২৪ নবমী,   ২৫ দশমী,    ২৬ একাদশী,   ২৭ দ্বাদশী, ২৮  ত্রয়ােদশী, ২৯ চতুর্দশী,  আৰু  ৩০ আঁউসী  বা  অমাৱস্যা ।


নক্ষত্ৰ সমূহৰ নাম 

 ১ অশ্বিনী,    ২ ভৰণী,    ৩ কৃত্তিকা,    ৪ ৰোহিনী,        ৫ মৃগশিৰা    ৬ আৰ্দ্ৰা     ৭ পুনৰ্ব্বসু     ৮ পুষ্যা      ৯ অশ্লেষা     ১০ মঘা      ১১ পুৰ্ব্বফল্গুনী       ১২ উত্তৰফল্গুনী       ১৩ হস্তা      ১৪ চিত্ৰা         ১৫ স্বাতী        ১৬ বিশাখা    ১৭ অনুৰাধা     ১৮ জ্যেষ্ঠা     ১৯ মূলা 

২০ পূৰ্ব্বাষাঢ়া    ২১ উত্তাৰাষাঢ়া     ২২  শ্ৰবণা       

২৩  ধনিষ্ঠা      ২৪  শতভিষা    ২৫  পূৰ্ব্বভাদ্ৰপদ 

২৬  উত্তৰভাদ্ৰপদ   ২৭  ৰেৱতী  । 

এইকেইটা হল  ২৭ টা নক্ষত্ৰ  ।  আৰু এই  সংখ্যা সমূহেই হল নক্ষত্ৰৰ সংখ্যা  ।



বিকুম্ভ আদি যোগৰ নাম সমূহ 

১ বিকুম্ভ, ২ প্রীতি, ৩ আয়ুষ্মান, ৪ সৌভাগ্য, ৫ শোভ
৬ অতিগণ্ড, ৭ সুকৰ্ম্মা, ৮ ধুতি, ৯ শূল, ১০ গণ্ড, ১১ বৃদ্ধি
১২ ধ্রুব, ১৩ ব্যাঘাত, ১৪ হর্ষণ, ১৫ বজ্ৰ, ১৬ অসৃক, ১৭ ব্যতিপাত, ১৮ বৰিয়ান, ১৯ পৰিঘ, ২০ শিৱ, ২১ সিদ্ধ, ২২ সাধ্য,   ২৩ শুভ,   ২৪ শুক্র,   ২৫ ব্রহ্মা,   ২৬ ইন্দ্র, ২৭ বৈধৃতি।


কৰণ প্ৰকৰণ।

১ বব, ২ বালব, ৩ কৌলব, ৪ তৈতিল, ৫ গৰ, ৬ বণিজ,
৭ বিষ্টি —এই সাতােটা চৰকৰণ  । ১ শকুনি, ২ চতুষ্পাদ, ৩ নাগ, ৪ কিন্তুঘ্ন — এই চাৰিটা ধ্রুবকৰণ ।





Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম