গুৰু শুদ্ধি ।। Guru Xudhi ।। গুৰু শুদ্ধি কেনেকৈ চায় ।। Guru xudhi kenekoi sai

।। গুৰু শুদ্ধি চোৱাৰ নিয়ম ।।

 যাৰ গুৰু শুদ্ধি চাব লগীয়া হয়, তাৰ নামৰ ৰাশিৰ পৰা পঞ্জিকাৰ ৰাশি চক্ৰত গুৰু অৰ্থাৎ বৃহস্পতি যিটো ৰাশিৰ ঘৰত থাকে, সেই ঘৰলৈকে লেখ কৰিব ।

লেখত যদি দ্বিতীয, পঞ্চম, সপ্তম, নবম আৰু একাদশ হয় তেন্তে গুৰু আহে  ।  আন ঠাইত নাহে ।

গুৰু নাহিলে বা গুৰু শুদ্ধি নহলে হালধীয়া বস্ত্ৰ, ঘি, সোন, ৰূপ, ভোজ্য আৰু দক্ষিণা পুৰোহিত্য ব্ৰাহ্মণক উৎসৰ্গা কৰিব  । ( সোন ৰূপৰ অভাৱে মূল্য দিব পাৰিব)





Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal