ঘাতক চন্দ্ৰ । ঘাতক চন্দ্ৰ কাক কয় । Ghatak chandra l Ghatak chandra kak koi

 ঘাটক চন্দ্ৰ 

মেষ ৰাশিৰ মানুহৰ কাৰণে যি দিনাৰ পঞ্জিকাত চন্দ্ৰ মেষ ৰাশিত থাকে সেইদিনা মেষ ৰাশিৰ ঘাট চন্দ্ৰ হয় ।  অৰ্থাৎ মেষ ৰাশিৰ ঘাট চন্দ্ৰ  মেষ ৰাশিয়েই হয় (প্ৰথম) ।

  বৃষৰ ৰাশিৰ পঞ্চম অৰ্থাৎ কন্যা ৰাশি হয়, মিথুনৰ নৱম, কর্কটৰ দ্বিতীয়,   সিংহৰ যষ্ঠ,   কন্যাৰ দশম, তুলাৰ তৃতীয়,   বৃশ্চিকৰ সপ্তম,  ধনুৰ চতুর্থ,  মকৰৰ অষ্টম,   কুম্ভৰ একাদশ,  মীনৰ দ্বাদশ,   এনেকৈ নিজৰ ৰাশিৰ অনুপাতে লেখ কৰি গলে যি ৰাশি পৰে সিয়েই সেই ৰাশিৰ ঘাট চন্দ্র হয় ।  ঘাট চন্দ্ৰত বিবাহ, যাত্রা আদি কৰিব নালাগে  ।



সিংহ ৰাশিৰ কাৰণে তৃতীয়া তিথি আৰু  যি দিনাৰ পঞ্জিকাত সিংহ ৰাশিৰ দিনা শনিবাৰ হয়, সেইদিনা সিংহ ৰাশিৰ ঘাট চন্দ্ৰ হয় ।

Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal