গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম
পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব ।। থুৰতে
প্ৰথমতে লগুন বান্ধি লৈ, লগুন কেনেকৈ বান্ধে তলৰ ভিডিঅটোত চাই লব । যদি কিবা অসুবিধা হয় তেন্তে অভিজ্ঞ জনৰ পৰা জানি লব ।
লগুন বান্ধি লোৱাৰ পাছত গোসাঁই ঘৰত গৈ নিত্যকৰ্মাদি আচমন আৰু নিজে শান্তি লোৱাৰ পাছত গায়ত্ৰী যপ কৰিব । তাৰপাছত বান্ধি থোৱা লগুন শান্তি কৰিব ।
শান্তি কৰা হ'লত লগুনক লগুন শুনোৱা মন্ত্রাদি শুনাব ।
( মুখৰ ভিতৰতে শব্দ হোৱাকৈ শুনাব )
তাৰপাছত যজ্ঞোপবীত ধাৰণ মন্ত্র পাঠ কৰি কৰি লগুন অৰ্থাৎ যজ্ঞোপবীত ধাৰণ কৰিব । পূৰণা লগুন গাৰ পৰা আতৰাই এগুন চিঙি শুদ্ধ স্থানত পেলাই দিব ।
তাৰপাছত পুনৰ ১০ বাৰ গায়ত্ৰী যপ কৰি গোহ্যাতি জল দিব ।
গায়ত্ৰী যপ কৰাৰ আগত গায়ত্ৰী শাপোদ্ধাৰ পাঠ কৰিব আৰু যপৰ শেষত গোহ্যাতি জল অৰ্পণ কৰিব, তেতিয়াহে সম্পূৰ্ণ হব ।
তলত সকলোখিনি মন্ত্র দিয়া হৈছে ।।
লগুন বান্ধি লগুনত শুনোৱা মন্ত্র
ঋগ্বেদাদি মন্ত্রস্য মধূচ্ছন্দঋষির্গায়ত্রীচ্ছন্দোহগ্নিৰ্দেৱতা
ব্ৰহ্মযজ্ঞজপে বিনিয়ােগঃ
ওঁ অগ্নিমীলে পুৰােহিতং যজ্ঞস্য দেৱমৃত্বিজং হােতাৰং
ৰত্নতমম, ।। ১
যজুৰ্ৱেদাদি মন্ত্রস্য যাজ্ঞৱল্ক্য ঋষিৰ্ৱায়ুৰ্দেৱতা ব্রহ্মযজ্ঞ
জপে ৱিনিয়ােগঃ ।
ওঁ ইষে ত্বোর্জেত্বা ৱায়বঃস্থ দেৱে ৱঃ সৱিতা প্ৰাৰ্পয়তু
শ্রেষ্ঠতমায় কৰ্মণে ॥ ২
সামবেদাদি মন্ত্রস্য গৌতম ঋষিৰ্গায়ত্রীচ্ছন্দোহগ্নিদেৱতা
ব্ৰহ্মযজ্ঞজপে বিনিয়োগঃ ।
ওঁ অগ্ন আয়াহি ৱীতয়ে গৃণানাে হৱ্য দাতয়ে নিহোতা
সৎসি বৰ্হিষি ।। ৩
অথৰ্ৱৱেদাদি মন্ত্রস্য দধ্যঙ্ ঙাথৰ্ৱঋষিৰ্গায়ত্রীচ্ছন্দ
আপােদেৱতা ব্রহ্মযজ্ঞ জপে ৱিনিযােগঃ ।
ওঁ শন্নো দেৱীৰভীষ্টয় আপাে ভৱন্তো পীতয়ে শংযো
ৰভিস্ৰৱন্তু নঃ ॥ ৪
যজ্ঞােপবীত ধাৰণ মন্ত্র
( যজুর্বেদীৰ )
ওঁ যজ্ঞোপৱীতং পৰমং পৱিত্ৰং
প্রজাপতেৰ্য্যৎসহজং পুৰস্ত্যাৎ
আয়ুষ্যমগ্রং প্রতিমঞ্চশুভ্রং
যজ্ঞােপবীতং বলমস্তু তেজঃ
গায়ত্ৰী শাপোদ্ধাৰ
গায়ত্ৰ্যা ব্ৰহ্মশাপ ৱিমােচন মন্ত্রস্য ব্রহ্ম ঋষির্গায়ত্রীচ্ছন্দো বৰুণাে দেৱতা ব্রহ্মশাপ ৱিমােচনে বিনিয়ােগ ।
ওঁ যদ্ব্ৰহ্মেতি ব্রহ্মবিদ্যে ৱিদুস্ত্বাং পশ্যন্তি ধীৰাঃ সুম নসাে বা ।
গায়ত্রি ত্বং ব্রহ্মশাপাদ্বিমুক্তা ভৱ ।
ৱশিষ্ঠ শাপ ৱিমােচন মন্ত্রস্য ৱশিষ্ঠ ঋষির্গায়ত্ৰীচ্ছন্দঃ
আদ্যাদেৱী দেৱতা ৱশিষ্ঠ শাপৱিমােচনে বিনিয়ােগ ।
ওঁ অর্কজ্যোতিৰহং ব্রহ্মা ব্রহ্মজ্যোতিৰং শিৱঃ । শিৱ-
জ্যোতিৰহং বিষ্ণুঃ বিষ্ণুজ্যোতি শিৱঃ পৰঃ । গায়ত্রি ত্বং
বশিষ্ঠশাপাদ্বিমুক্তা ভৱ ।
ৱিশ্বামিত্ৰ শাপ ৱিমােচন মন্ত্রস্য ৱিশ্বামিত্র ঋষি গায়ত্রী-
চ্ছন্দো গায়ত্রীদেবতা ৱিশ্বামিত্ৰ শাপ বিমােচনে বিনিয়ােগঃ ।
ওঁ অহােদেৱি মহাদেরি দিব্যে সন্ধ্যে সৰস্বতি । অজৰে
অমৰে চৈৱ ব্রহ্মযােনি নমােহস্তুতে । গায়ত্রি ত্বং ৱিশ্বামিত্র শাপাদ্বিমুক্তা ভৱ ।
শান্তি লোৱাৰ মন্ত্র
ওঁ শন্ন অপো ধন্বন্যাঃ শমনঃ সন্তু নূপ্যাঃ ।
শন্নঃ সমুদ্রিয়া অপঃ শমন: সন্তু কূপ্যাঃ ।।
ওঁ দ্রুপদাদিৱ মুমুচানঃ স্বিন্নঃ স্নাতো মলাদিৱ ।
পতং পবিত্রেনেৱাজ্য মাপঃ শুদ্ধন্তু মৈনসঃ ।
ওঁ আপো হি ষ্ঠা ময়োভুৱস্তান উৰ্জ্জে দধতন ।
মহে ৰণায় চক্ষষে ।।
ওঁ যো ৱ: শিৱতমো ৰসস্তস্য ভাজয়তেহ নঃ
উশতীৰিৱ মতৰঃ ।
ওঁ তস্মা অৰঙ্গমাম ৱো যস্য ক্ষয়ায় জিন্বথ ।
অপাে জনয়থা চ নঃ ।
ওঁ ঋতঞ্চ সত্যঞ্চাভীত্ত পসোহধ্যজায়ত ততো ৰাত্ৰিৰ
জায়ত ততঃ সমুদ্রোহৰ্ণৱঃ সসুদ্ৰাদৰ্নৱাদধি
সম্বৎসৰোহজায়ত অহোৰাত্রাণি ৱিদ্ধধদ্বিশ্বস্যমিষতাে
ৱশী সূৰ্য্যাচন্দ্ৰসৌ ধাতা যথা পূৰ্ৱমকল্পয়দ দিৱঞ্চ পৃথিৱীঞ্চ অন্তৰীক্ষ মথো স্বঃ ।।
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
Apuni anekoi kio publicly available karise bastu bor . Bejatir manuh e dharon karibo anekoi pale
ReplyDelete