দান । Dan । নৱগ্ৰহৰ দান । Nabagrahar dan । নৱগ্ৰহ । Nabagrah । প্ৰতিকাৰ । Pratikar । নৱগ্ৰহৰ প্ৰতিকাৰ । Nabagrahar pratikar
অশুভ গ্রহৰ দোষত গ্ৰহৰ দান
গ্রহ শান্তিৰ কাৰণে অশুভ গ্রহৰ দোষত তলত উল্লেখ কৰা এটা বা দুটা বা তিনিটা বস্তু নিজৰ সামার্থানুসাৰে দান কৰিলে শুভ হ'ব ।
ৰবিৰ দান
ৰঙা কাপােৰ, ৰঙা চন্দন, সােণ, আটা, তাম, মিঠাই, ভােজনি সহ দক্ষিণা ।
চন্দ্রৰ দান
চাউল, কৰ্পূৰ, ৰূপ, বগা কাপােৰ, ঘিউৰ কলহ, ভােজনি সহ দক্ষিণা ।
মঙ্গলৰ দান
মচুৰ দালি (দাইল), মিঠাই, ৰঙা কাপােৰ, সােণ, তাম, কৰবীৰ ফুল, ভােজনি সহ দক্ষিণা ।
বুধৰ দান
সেউজীয়া কাপােৰ, সােণ, কাঁহ, মণ্ড-মাহ, বগা ফুল, ভােজনি সহ দক্ষিণা ।
বৃহস্পতিৰ দান
ঘি, চেনি, আচুকাঠ, ঘোঁৰা (বা যথা সাধ্যে মূল্য), পীতধান, পীতবস্ত্র, পুষ্পৰাগ মণি (অভাৱে যথাসাধ্যে মূল্য), লােণ, সােণ, ভােজনি সহ দক্ষিণা।
শুক্ৰৰ দান
ঘি, বিচিত্র বস্ত্র, বগা ঘোঁৰা (অভাৱে যথাসাধ্যে মূল্য), হীৰা (অভাৱে যথাসাধ্যে মূল্য), ৰূপ, সােণ, জহাচাউল, সিধা সহ দক্ষিণা ।
শনিৰ দান
নীলা বস্ত্ৰ মাটি মাহ, মিঠাতেল, তিল, লৌহপাত্র (কেৰাহী) সংযুক্ত ভােজনি আৰু দক্ষিণা দান ।
ৰাহুৰ দান
গােমেদ ৰত্ন (অভাৱে সাধ্যানুসাৰে মূল্য) সােণ, ঘোঁৰা (অভাৱে যথাসাধ্য মূল্য), নীল বৰণৰ কাপােৰ, কম্বল, তিল, মিঠাতেল, লৌহপাত্র সংযুক্ত ভােজনি আৰু
দক্ষিণা ।
কেতুৰ দান
বৈদুর্যমণি (অথবা সাধ্যানুসাৰে মূল্য), তিল, তিলৰ তেল, কম্বল, কস্তুৰী, খড়গ, ধোঁৱা বৰণৰ কাপােৰ, ভােজনি আৰু দক্ষিণা ।
Jani bhal lagil
ReplyDelete