চন্দ্ৰ শুদ্ধি ।। Chandra Xudhi ।। চন্দ্ৰ শুদ্ধি কেনেকৈ চায় ।। Chandra Xudhi kenekoi sai

।। চন্দ্ৰ শুদ্ধি চোৱাৰ নিয়ম ।।  

 যিদিনা যাৰ চন্দ্ৰ  শুদ্ধি চাব লগীয়া হয়, সেই দিনাৰ পঞ্জিকাৰ ৰাশি চক্ৰত চন্দ্ৰ যি ৰাশিৰ ঘৰত থাকে, আৰু যাৰ চন্দ্ৰ চাব লগা হয়, তাৰ নামৰ ৰাশিৰ পৰা পঞ্জিকাৰ চন্দ্ৰ থকাৰ ঘৰলৈ লেখ কৰিব  ।  লেখত যদি প্ৰথম, তৃতীয়, ষষ্ঠ, সপ্তম, দশম আৰু একাদশ হয় তেন্তে চন্দ্ৰ আহে । আন ঠাইত নাহে । 

যদি শুক্লপক্ষ হয়, তেন্তে দ্বিতীয়, পঞ্চম, নবম হলেও চন্দ্ৰ আহে । 

চন্দ্ৰ নাহিলে প্ৰতিকাৰ হিচাবে শঙ্খ, ৰূপ, বগাবস্ত্ৰ, ভোজ্য আৰু দক্ষিণা পুৰোহিত্য ব্ৰাহ্মণক উৎসৰ্গা কৰিব  ।

ছোৱালীৰ বিবাহৰ ক্ষেত্ৰত  চন্দ্ৰ শুদ্ধি নাহিলে সেইদিনা বিবাহ নাপাতিব ।






Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal