চৰন । পাদ । Charan । নক্ষত্ৰৰ চৰন । আপোনাৰ নামৰ আদ্য আখৰ অনুযায়ী নক্ষত্ৰ কি জানক । আপোনাৰ নক্ষত্ৰ কি । Naksatra Charan
আপোনাৰ নামৰ আদ্য আখৰ অনুযায়ী আপোনাৰ জন্ম নক্ষত্ৰৰ কি জানি লওক ।
প্ৰতিটো নক্ষত্ৰৰ চাৰিটা চৰন বা চাৰিটাপাদ থাকে । ইয়াৰ বিষয়ে জ্যোতিষ শাস্ত্ৰত বৰ্ননা পাব । আপোনাৰ ৰাশি অনুযায়ী নক্ষত্ৰ স্থিৰ কৰা হয়, তাৰ পাছত নক্ষত্ৰৰ কোনটো পাদত জন্ম আংকিক প্ৰণালীৰ মাধ্যমত বিচাৰ কৰি উলিওৱা হয় ।
নক্ষত্ৰৰ চৰন বা পাদ
১ অশ্বিনী -- চু, চে, চো, ল,
২ ভৰণী – লি, লু, লে, লাে,
৩ কৃত্তিকা- অ, ই, উ, এ
৪ ৰােহিণী – ও, ব, বি, বু,
৫ মৃগশিৰা -- বে, বাে, ক, কি,
৬ আৰ্দ্ৰা -- কু, ঘ, ঙ, ছ,
৭ পুনৰ্ব্বসু-- কে, কো, হ, হি,
৮ পুষ্যা -- হু, হে, হাে, ড়,
৯ অশ্লেষা – ডি, ডু, ডে, ডাে,
১০ মঘা -- ম, মি, মু, মে,
১১ পূর্বফাল্গুনী – মে, ট, টি, টু,
১২ উত্তৰ ফাল্গুনী – টে, টো, প, পি,
১৩ হস্তা -পু, পাে, ন, ঠ,
১৪ চিত্রা -- পে, পাে, ৰ, ৰি,
১৫ স্বাতী -- ৰু, ৰে, ৰাে, ত,
১৬ বিশাখা – তি, তু, তে, তাে,
১৭ অনুৰাধা - ন, নি, নু, নে
১৮ জ্যেষ্ঠা - নাে, য, যি, যু,
১৯ মূলা - যে, যযা, ভ, ভি,
২০ পূর্বৰ্ষাঢ়া - ভু, ধ, ফ, ঢ,
২১ উত্তৰষাঢ়া -- ভে, ভো, জ, জি,
২২ অভিজিৎ - জু, জে, জো, খ,
২৩ শ্ৰৱণা – খি, খু, খে, খাে,
২৪ ধনিষ্ঠা – গ, গি, গু, গে,
২৫ শতভিষা - গাে, শ, শি, শু,
২৬ পূর্বভাদ্রপদ – শে, শাে, দ, দি,
২৭ উত্তৰ ভাদ্রপদ – দ, ধ, ঝ, ঞ,
২৮ ৰেৱতী – দে, দো, চ, চি,
(বি. দ্র. ই কাৰৰ ঠাইত ঈ কাৰাে প্রযােজ্য হ'ব।)
Comments
Post a Comment