ৰাশিৰ ৰং । আপোনাৰ ৰাশি কি আৰু ইয়াৰ ৰং কি । Rashir rang । আপোনাৰ ৰাশিৰ ৰং কি জানি থওক।

 ৰাশিৰ বৰ্ণ  (ৰং)

প্ৰত্যেক ৰাশিৰ একোটা নিৰ্দিষ্ট বৰ্ণ বা ৰং থাকে । আপোনাৰ ৰাশিৰ ৰং কি জানি লওক। 


মেষ ৰাশি -- ৰক্ত বর্ণ বা ৰঙা 

বৃষ ৰাশি -  শুক্ল বর্ণ বা বগা 

মিথুন ৰাশি – হৰিৎ বর্ণ (সেউজীয়া)।

কর্কট ৰাশি -- ইষৎ কৃষ্ণ বর্ণ (পাতল ক'লা ৰং)।

সিংহ ৰাশি -  পাণ্ডু বর্ণ (পাতল বগা - হালধীয়া মিশ্রিত ৰং)।

কন্যা ৰাশি -  নানা বর্ণ।

তুলা ৰাশি -  কৃষ্ণ বর্ণ বা মিঠাবৰণিয়া

বৃশ্চিক ৰাশি – সুবর্ণ বর্ণ (সােণালী ৰং)।

ধনু ৰাশি -  পীত বর্ণ ( হালধীয়া)।

মকৰ ৰাশি - শ্বেত ৰক্ত বর্ণ ( বগা ৰঙা মিহলি ৰং)।

কুম্ভ ৰাশি -  কপিলা ( হালধীয়া-মুগা বৰণৰ)।

মীনৰাশি – মালিন বর্ণ (অপৰিষ্কাৰ)। বৰাহৰ মতে স্বচ্ছ বর্ণ (নির্মল ফটফটীয়া)।


ৰাশি সমূহ নিজৰ বৰ্ণ অনুযায়ী কিছু  চৰিত্ৰ  প্ৰকাশিত হয় ।







Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম